Twitter

Follow palashbiswaskl on Twitter

Saturday, March 5, 2011

"স্বীকৃতি" নামৰ গোট এটা ফেচবুকত গঠন কৰা হৈছে


ৰাইজ,

 

"স্বীকৃতি" নামৰ গোট এটা ফেচবুকত গঠন কৰা হৈছে ।

http://www.facebook.com/home.php#!/home.php?sk=group_182861751757591&ap=1

আমি জানোঁ যে অসমৰ সকলো জিলাতে/ভাৰতর্বষৰ বিভিন্ন অঞ্চলত/বিদেশবিভিন্ন অঞ্চলত থকা অসমৰ বহুতো ব্যক্তিৰ অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা আছে।কিন্তু সেই বহুত ব্যক্তিৰ বিষয়ে আমি নাজানোঁ বা কিছুমানৰ বিষয়ে মৃত্যু হোৱা পিছতহে জানিবলে পাওঁ । বিভিন্ন ক্ষেত্রত অৰিহণা যোগাৱা ব্যক্তিসকলক জীয়াই থাকোঁতেই স্বীকৃতি দিলে ভাল হয় । আহক আমাৰ নিজৰ নিজৰ অঞ্চলত বিভিন্ন ক্ষেত্রত অৰিহণা যোগাৱা ব্যক্তিসকলৰ তালিকা প্রস্তুত কৰোঁ ।

স্বীকৃতি দিব খোজা ব্যক্তিসকল যিকোনো ক্ষেত্রৰ হ'ব পাৰে।যেনে:শিক্ষা জগত,ৰাজনৈতিক জগত,সাহিত্য চর্চা,সাংবাদিকতা,সঙ্গীত,নাটক,চিত্র-ভাস্কর্য্য,ক্রীড়া জগত,বিজ্ঞান চর্চা আদি....... । আপোনালোকে আপোনালোকৰ বন্ধুসকলক "স্বীকৃতি" গোটতো কথা জনাওঁক আৰু ইয়াত অংশ গ্রহণ কৰিবলে অনুৰুধ কৰক। ৰাইজৰ কিবা দিহা-পৰামর্শ থাকিলে মুক্ত মনে আগ বঢ়াব পাৰে । আপোনালোকৰ দিহা-পৰামর্শ বিছাৰিছোঁ। মই তালিকাত সেই সকল ব্যক্তি নামও অন্তর্ভুক্ত হোৱা বিছাৰিছোঁ যিসকল ব্যক্তি আপোনাৰ চকুত সমাজৰ কাৰণে কাম কৰি আছে লাগিলে সি সৰু কামেই হওক কিন্ত সমাজৰ উপকাৰ হৈছে। ৰাইজক আৰু এটা কথা ক'ব বিছাৰিছোঁ সেই ব্যক্তিসকল যিকোনো বয়সৰ হব পাৰে । ৰাইজক আহক "স্বীকৃতি" গোটৰ যোগেদি সমাজৰ কাৰণে কাম কৰালোকসকলক স্বীকৃতি (ইয়াত নাম প্রকাশ কৰি) দি তেখেতসকলক অনুপ্রাণিত কৰোঁ।পিছত কিতাপ আকাৰে প্রকাশ কৰা পৰিকল্পনা আছে 

 

ধন্যবাদ


বুলজি বুঢ়াগোহাঁই



__._,_.___

Attachment(s) from Buljit Buragohain

1 of 1 Photo(s)

--
Palash Biswas
Pl Read:
http://nandigramunited-banga.blogspot.com/

No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...

Welcome

Website counter

Followers

Blog Archive

Contributors