Twitter

Follow palashbiswaskl on Twitter

Friday, December 19, 2014

কোৰআনে অমুছলমানক হত্যা কৰিব কয় নেকি?ই সন্ত্ৰাসবাদক উৎসাহ জনাই নেকি?এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ যদি আপুনি বিচাৰি আছে তেন্তে....


কোৰআনে অমুছলমানক হত্যা কৰিব কয় নেকি?ই সন্ত্ৰাসবাদক উৎসাহ জনাই নেকি?এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ যদি আপুনি বিচাৰি আছে তেন্তে.........

সোনকাল কৰক !এতিয়া আপোনাৰ দুৱাৰদলিত বিনামূল্য আমি অসমীয়া মুছলিম পৃষ্ঠাই আগবঢ়াম অসমীয়া আৰু ইংৰাজী কোৰআন |(অকল হিন্দু আৰু অন্যান্য অমুছলমান বন্ধুসকলৰ বাবে)

গতিকে আজিয়েই আপোনাৰ নাম আৰু ঠিকনা অসমীয়া মুছলিম 
পৃষ্ঠাৰ ইনবক্সত বা তলত কমেণ্ট কৰি পঠিয়াওক |

ধন্যবাদ(পষ্টটো শ্বেয়াৰ কৰি আপোনাৰ অমুছলমান বন্ধুকো এই সুখবৰটো জনাব বুলি আশা থাকিল)

কোৰআনে অমুছলমানক হত্যা কৰিব কয় নেকি?ই সন্ত্ৰাসবাদক উৎসাহ জনাই নেকি?এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ যদি আপুনি বিচাৰি আছে তেন্তে.........    সোনকাল কৰক !এতিয়া আপোনাৰ দুৱাৰদলিত বিনামূল্য আমি অসমীয়া মুছলিম পৃষ্ঠাই আগবঢ়াম অসমীয়া আৰু ইংৰাজী কোৰআন |(অকল হিন্দু আৰু অন্যান্য অমুছলমান বন্ধুসকলৰ বাবে)    গতিকে আজিয়েই আপোনাৰ নাম আৰু ঠিকনা অসমীয়া মুছলিম   পৃষ্ঠাৰ ইনবক্সত বা তলত কমেণ্ট কৰি পঠিয়াওক |    ধন্যবাদ(পষ্টটো শ্বেয়াৰ কৰি আপোনাৰ অমুছলমান বন্ধুকো এই সুখবৰটো জনাব বুলি আশা থাকিল)
Like · 

No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...

Welcome

Website counter

Followers

Blog Archive

Contributors